Type Here to Get Search Results !

Assam Govt Announced: Assam Girls Who Secure 1st Div in HS to Get 'Scooty' in 2 & 3 January 2021

 জাননী

অসম চৰকাৰ উচ্চ শিক্ষা বিভাগ

ছাত্ৰী সকলৰ জ্ঞান অন্বেষণ ৰ যাত্ৰা সুগম কৰি তুলাৰ উদ্দেশ্য অসম চৰকাৰৰ অধীনত ২০২০ বৰ্ষৰ উচ্চতৰ মাধ্যমিক পৰীক্ষাত প্ৰথম বিভাগত উৰ্ত্তীণ মেধাৱী ছাত্ৰীসকললৈ আনুষ্ঠানিকভাৱে অহা ২ & ৩ জানুৱাৰী ,২০২১  তাৰিখে তলত উল্লেখিত জিলাসমূহত আয়োজিত অনুষ্ঠানত স্কুটাৰ সমূহ প্ৰদান কৰা হ'ব।



সমগ্ৰ অসমৰ মেধাৱী ছাত্ৰীসকললৈ উষ্ণ অভিনন্দন

জানিবলগীয়া তথ্য

বঁটাৰ নাম: ড‌° বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান

আচঁনিৰ নাম: প্ৰজ্ঞান ভাৰতী

সৰ্বফুঠ ছাত্ৰী: ২২২৪৫



পেট্ৰ'লচালিত স্কুটাৰ: ২২০৩৪ খন

বিদ্যুত চালিত স্কুটাৰ: ২১১ খন

সৰ্বমুঠ ব্যয়: ১৪৪.৩০ কোটি

বঁটা প্ৰদান তাৰিখ : ২ আৰু ৩ জানুৱাৰী ২০২১

*THE AWARD IS GIVEN BY YOUR DISTRICT...

Join our whats app Group: CLICK HERE. 




Post a Comment

1 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.