Type Here to Get Search Results !

Important Notice For ''Kamrup'' district voters.

 জাননী

ইয়াৰ দ্বাৰা কামৰূপ মহানগৰ নিৰ্বাচনী জিলাৰ অন্তৰ্গত ৫১ নং জালুকবাৰী আৰু ,৫২ নং দিছপুৰ , ৫৩নং পূব গুৱাহাটী,  আৰু ,৫৪ নং পশ্চিম গুৱাহাটী বিধানসভা সমষ্টিৰ ভোটৰ সকলক জনোৱা হয় যে যিসকল ভোটাৰে আজি পৰ্যন্ত ফটো যুক্ত ভোটাৰ তালিকাৰ বাবে পাৰ্ছপোৰ্ট আকাৰৰ ৰঙীন ফটো বুথ পৰ্যায়ৰ বিষয়াৰ হাতত অথবা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত জমা দিয়া নাই ,



 তেওঁলোকক অনতি পলমে নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত জমা দিবলৈ অথবা What's app number :7577001889(৭৫৭৭০০১৮৮৯) ৰ জৰিয়তে নিজৰ নাম, ঠিকনা,EPIC নম্বৰ সহ পঠায় দিবলৈ অনুৰোধ জনোৱা হ'ল। অন্যথা তেওঁ লোকৰ নাম নিৰ্বাচন আয়োগৰ নিৰ্দেশ মৰ্মে ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ'ব।

Post a Comment

0 Comments