Type Here to Get Search Results !

Important Notice for DHSFW written exams held in 3rd January.

 জাননী

অসম চৰকাৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ দ্বাৰা অহা ইং ৩ জানুৱাৰী ২০২১ তাৰিখত ৰাতিপুৱা ১০ বজাৰ পৰা ১২ বজালৈ আৰু পাছবেলা ২ বজাৰ পৰা ৪ বজালৈ অনুষ্ঠিত হ'ব লগা Dresser, Store keeper, Field and evaluation worker , Health educator , Junior assistant/LDA , Statistical clerk, Computer , পদৰ লিখিত পৰীক্ষাত বহিব লগা ধেমাজি আৰু মাজুলী জিলাৰ প্ৰাৰ্থীসকলৰ জ্ঞাতাৰ্থে জনোৱা যায় যে - 



১) পৰীক্ষা আৰম্ভ হোৱাৰ ৩০ মিনিট আগতে পৰীক্ষা গৃহত প্ৰবেশ কৰিব লাগিব। 

২) ৩০ মিনিট পিছত প্ৰাৰ্থীক পৰীক্ষা গৃহত প্ৰবেশ কৰিবলৈ দিয়া নহ'ব।

৩) পৰীক্ষা গৃহত কোনো ধৰণৰ ইলেক্ট্ৰনিক সামগ্ৰী যেনে: ম'বাইল, কেলকুলেটৰ , ইলেক্ট্ৰনিক ঘড়ী , ইত্যাদি লৈ প্ৰবেশ কৰিব নোৱাৰিব।

৪) পৰীক্ষা শেষ নোহোৱা পৰ্যন্ত কোনো পৰীক্ষাৰ্থীয়ে পৰীক্ষা গৃহ ত্যাগ কৰিব নোৱাৰিব ।

৫) পৰীক্ষা গৃহত মাক্স পিন্ধি হে সোমাব পাৰিব ।

Post a Comment

0 Comments