Type Here to Get Search Results !

Assam History 2021- Top 10 Assam History Question For Prepare Agriculture Recruitment

 Important Top 10 Assam History 

I, AssamExams.in has a provides for you 10 important Assam GK in English . and I hope this questions are help for your Exam clear. So read this  questions carefully & share your Friend now .



তলত উল্লেখ কৰা সকলো প্ৰশ্ন আৰু উত্তৰ কিতাপৰ ওপৰত ভিত্তি কৰি লিখা হৈছে যদি কিবা ভূল দেখা পায় তেন্তে কমেণ্ট বক্সত আমাক কমেণ্ট কৰে যেন👇

১) কোনে গান্ধীজীক " মহাত্মা" উপাধি প্ৰদান কৰিছিল?

শুদ্ধ উত্তৰ: ৰবীন্দ্ৰনাথ ঠাকুৰ।


২) কিমান বছৰ বয়সত আকবৰে সিংহাসনত আৰোহণ কৰিছিল?

শুদ্ধ উত্তৰ: ১৩ বছৰ।


৩) কোনখন চহৰ সম্ৰাট ছাহজাহানে নিৰ্মাণ কৰিছিল?

শুদ্ধ উত্তৰ: ছাহজাহানাবাদ ।


৪) কোন চনত জালিয়ানৱালা বাগৰ হত্যাকাণ্ডৰ সংঘটিত হৈছিল?

শুদ্ধ উত্তৰ: ১৯১৯


৫) কালিদাস কোন শাসকৰ সময়ৰ আছিল?

শুদ্ধ উত্তৰ: দ্বিতীয় চন্দ্ৰগুপ্ত।


৬) মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল?

শুদ্ধ উত্তৰ: ৰজা বিম্বিসাৰ।


৭) মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা জনৰ নাম কি?

শুদ্ধ উত্তৰ: চন্দ্ৰগুপ্ত মৌৰ্য।


৮) কাক ভাৰতৰ নেপোলিয়ন হিচাপে ও জনা যায়?

শুদ্ধ উত্তৰ: সমুদ্ৰগুপ্ত।


৯) ভাৰত বুৰঞ্জীৰ কোনটো যুগক "সোণালী যুগ "বুলি কোৱা হয়?

শুদ্ধ উত্তৰ: গুপ্ত যুগ।


১০) কোন জন মহান বিদ্ধানে ' আইন-ই- আকবৰী ' লিখিছিল?

শুদ্ধ উত্তৰ: আবুল ফজল।

Post a Comment

0 Comments