Type Here to Get Search Results !

Assam Police Important Questions For Upcoming AB & UB Constable Exam 2021

Assam Police AB & UB Constable Important GK 2021


Important General Knowledge For Also Agriculture, PNRD, DHS, Assam Police etc 




১) গুৱাহাটীৰ প্ৰথম গৰাকী আয়ুক্ত হিচাপে কাক নিয়োগ কৰা হৈছিল ?

উত্তৰ : জ্যোৰ্তিময় চক্ৰৱৰ্তী

২) অসম সেনা আৰক্ষী কিমান চনত গঠন হৈছিল?

উত্তৰ: ১৮৯১ চনত

৩) লক্ষ্মীনাথ বেজবৰুৱাই কোনখন আলোচনী ৰ জৰিয়তে সাহিত্য চৰ্চাৰ আৰম্ভ কৰিছিল ?

উত্তৰ: জোনাকী

৪) অসমত জ্যোতিপ্ৰসাদ আগৰৱালাৰ মৃত্যু দিনটো কি দিৱস হিচাবে উদযাপন কৰা হয় ?

উত্তৰ: শিল্পী দিৱস



৫) অসমৰ প্ৰথম সাহিত্যিক পেন্সনাৰ কোন আছিল ?

উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱা

৬) প্ৰতিমাৰ খনিকৰ বুলি কাক কোৱা হয় ?

উত্তৰ: চন্দ্ৰকুমাৰ আগৰৱালা

৭) "গাওঁবুঢ়া " নামৰ ধেমেলীয়া নাটক খনৰ ৰচক কোন? 

উত্তৰ: পদ্মনাথ গোহাঞিবৰুৱা

৮) এটা ভলীবল দলত কিমানজন খেলুৱৈ থাকে ?

উত্তৰ: ৬ জন



৯) অসমৰ আটাইতকৈ ওখ মন্দিৰ টোৰ নাম কি?

উত্তৰ: শিৱসাগৰৰ শিৱদৌল

১০) শৰাইঘাটৰ যুদ্ধ কিমান চনত হৈছিল ?

উত্তৰ: ১৬৭১ চনত

১১) ভাগৱত গীতা কি ভাষাত লিখা হৈছিল ?

উত্তৰ: সংস্কৃত

১২) "মোৰ সত্য অন্বেষণৰ কাহিনী" কোনে লিখিছিল ?

উত্তৰ: মহাত্মা গান্ধীয়ে



১৩) অসম আন্দোলনৰ মুখ্য উদ্দেশ্য কি আছিল?

উত্তৰ: বিদেশী বহিষ্কাৰ

১৪) কিমান চনত অসমত সংযুক্ত মুক্তি বাহিনীৰ গঠন হৈছিল?

উত্তৰ: ১৯৭৯ চনত

১৫) অৰ্থনীতিৰ পিতৃ হিচাপে কাক জনা যায়?

উত্তৰ: আডাম স্মিথ

১৬) অসমৰ সৰ্বপ্ৰথম তেল শোধনাগাৰ ক'ত স্থাপন কৰা হয়?

উত্তৰ: ডিগবৈ( ১৯০১)



১৭) অসমৰ চাহ নিলাম কেন্দ্ৰটো ক'ত অৱস্থিত?

উত্তৰ: গুৱাহাটী

১৮) বৰ্তমান অসম পুলিচৰ ডিৰেক্টৰ জেনেৰেল জন কোন?

উত্তৰ: ভাস্কৰজ্যোতি মহন্ত (DGP of Assam Police)

১৯) শৰাইঘাটৰ যুদ্ধত আহোম সেনাপতি কোন আছিল?

উত্তৰ: লাচিত বৰফুকন

২০) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কোন জিলাত অৱস্থিত?

উত্তৰ: গোলাঘাট জিলাত






Post a Comment

0 Comments