Type Here to Get Search Results !

SEBA & AHSEC Results 2021- How to Download Marksheet for HSLC & HS Exams @Sebaonline.org

 

SEBA & AHSEC Results 2021

AHSEC Results 2021
Seba online Results 2021



Important Points for SEBA & AHSEC Board Results Announced 



  • গুৱাহাটীৰ বামুনীমৈদামস্থিত SEBA ৰ মুখ্য কাৰ্যালয় ত শিক্ষামন্ত্ৰী আৰু অনান্য কৰ্মচাৰীসকলৰ সৈতে এখন সংবাদমেল অনুষ্ঠিত হয়।

  • হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ পদ্ধতিৰ সন্দৰ্ভত এই সংবাদমেল।

  • পৰীক্ষাৰ ফলাফলৰ আৰ্হি প্ৰস্তুত কৰিবলৈ দিয়া দুয়োখন উচ্চ পৰ্যায়ৰ সমিতিয়ে দাখিল কৰিছিল প্ৰতিবেদন।

  • সংবাদ মেলত শিক্ষা মন্ত্ৰীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ মূল্যায়নৰ পদ্ধতি ঘোষণা।

  • ৩১ জুলাইৰ ভিতৰত ঘোষণা কৰা হ'ব পৰীক্ষাৰ ফলাফল।

  • এই ফলাফল ঘোষণা এইদৰে কৰা হ'ব: নৱম শ্ৰেণীৰ ফলাফল ৰ পৰা ৪০% নম্বৰ, দশম শ্ৰেণীৰ ফলাফল ৰ পৰা লোৱা হ'ব ৪০% নম্বৰ , আৰু বিদ্যালয়ৰ উপস্থিতি লগতে অনান্য দিশৰ পৰা লোৱা হ'ব ২০% নম্বৰ।

  • যদি দশম শ্ৰেণীৰ নম্বৰ নাথাকে তেনেহলে নৱম শ্ৰেণীৰ পৰা লোৱা হ'ব ৭০% নম্বৰ, বাকী ৩০% লোৱা হ'ব বিদ্যালয়ৰ উপস্থিতি লগতে অনান্য দিশৰ পৰা।

  • বিশেষভাৱে সক্ষম শিক্ষাৰ্থীসকলৰ ক্ষেত্ৰত বিদ্যালয়ে দিব নম্বৰ।

  • উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বাবে ৪টা বিভাগৰ সুকীয়া পদ্ধতিত ফলাফল নিৰ্ণয় কৰা হৈছে : হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ পোৱা ৩টা বিষয়ৰ পৰা লোৱা হ'ব ৫০% নম্বৰ।

  •  কলা আৰু বিজ্ঞান শাখাৰ ব্যৱহাৰিক বিষয় থকাৰ বাবে এই পদ্ধতি গ্ৰহণ কৰা হৈছে।

  • উচ্চতৰ মাধ্যমিক ২টা বছৰৰ শৈক্ষিক ক্ৰিয়া ৰ পৰা লোৱা হ'ব ১০% নম্বৰ।

  •  ব্যৱহাৰিক পৰীক্ষাৰ পৰা লোৱা হ'ব ৩০% নম্বৰ।

  •  কলা আৰু বাণিজ্য ৰ ব্যৱহাৰিক বিষয় নথকা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে লোৱা হ'ব সুকীয়া পদ্ধতি।

  • যিসকলৰ ব্যৱহাৰিক বিষয় নাই তেওঁলোকৰ বাবে ২টা বছৰৰ শৈক্ষিক ক্ৰিয়া ৰ পৰা লোৱা হ'ব ৪০% নম্বৰ।

  • উচ্চতৰ মাধ্যমিকত নাথাকিব শীৰ্ষক ১০টা স্থানৰ লগতে ষ্টাৰ আৰু ডিষ্ট্ৰিংচন নম্বৰ।

  • বিগত ৩ বছৰৰ ফলাফল ৰ হাৰৰ ১০% তাৰতম্য ঘটিব পাৰে।

  • এই মূল্যায়ন পদ্ধতিত সন্তোষ্ট নাথাকিলে শিক্ষাৰ্থীসকলে পুনৰ পৰীক্ষাত বহিব পাৰিব।

  • ১৫ ছেপ্তেম্বৰৰ ভিতৰত অসন্তোষ্ট শিক্ষাৰ্থীৰ বাবে হ'ব বিশেষ পৰীক্ষা।

  • এই পৰীক্ষাত বহিবলৈ শিক্ষাৰ্থীসকলে আবেদন কৰিব লাগিব, আবেদনৰ ভিত্তিতে হ'ব এই পৰীক্ষা।
  • সকলো বিদ্যালয়তে আছে আভ্যন্তৰীণ মূল্যায়নৰ নম্বৰ।

  • এই বৰ্ষৰ শিক্ষাৰ্থীসকলে টেটৰ বাবে বহিব লাগিব বিশেষ পৰীক্ষাত।

  •  অন্যান্য চৰকাৰী চাকৰিৰ বাবেও বাহাল থাকিব এই নিয়ম।

  • ভবিষ্যতে অসম চৰকাৰৰ চাকৰিত নিযুক্তি পাবলৈ এই বৰ্ষৰ শিক্ষাৰ্থীয়ে বহিব লাগিব বিশেষ পৰীক্ষাত।

  • হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ নম্বৰ প্ৰয়োজন হোৱা নিযুক্তিত বহিব লাগিব এই বিশেষ পৰীক্ষাত।

  • ভবিষ্যতে চৰকাৰী  চাকৰিৰ পৰীক্ষাৰ বাবে শিক্ষাৰ্থীসকলে এতিয়াই কৰিব পাৰিব আবেদন ।


Important Web Links:


Visit Official Website: CLICK HERE.

Join Our Whatsapp Group: CLICK HERE.








Post a Comment

0 Comments