Type Here to Get Search Results !

Assam GK 2021- Important For Assam Police, PNRD & Agriculture

Assam Police GK 2021


Important for PNRD , Agriculture, & Assam Police ...most repeated questions


) অসমৰ কোন খন জিলা সৰ্বপ্ৰথম ধপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল ?

ক) কৰিমগঞ্জ 

খ) গোলাঘাট

গ) যোৰহাট

ঘ) লখিমপুৰ
 Correct answer: (গ)

) অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কমাণ্ডো বাহিনী টোৰ নাম কি?

ক) বীৰাংগনা

খ) নিৰ্ভয়া

গ) স্ত্ৰীবল

ঘ) নাৰীৰ
Correct answer: (ক)

৩) ধোদৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল?

ক) গদাধৰ সিংহ

খ) ৰুদ্ৰ সিংহ

গ) শিৱ সিংহ

ঘ) পুৰন্দৰ সিংহ
Correct answer: (ক)


৪) কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল?

ক) ১৮২৩ চনত

খ) ১৮৩১ চনত

গ) ১৮৩৬ চনত

ঘ) ১৮৫৬ চনত
Correct answer:  (ক)

) ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল?

ক) ভি ভি গিৰি

খ) ফখৰুদ্দিন আলি আহমেদ

গ) ড° জাকিৰ হুছেইন

ঘ) গিয়ানী জাইল সিং
Correct answer: (খ)

৬) গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল?

ক) ১৯৭০ চনত

খ) ১৯৬০ চনত

গ) ১৯৬৫ চনত

ঘ) ১৯৬২ চনত
Correct answer: (ক)

৭) অসম কেতিয়া ইংৰাজৰ অধীন হয়?

ক) ১৮২৪ চনত

খ) ১৮২২ চনত

গ) ১৮২৬ চনত

ঘ) ১৮১৭ চনত
Correct answer: (গ)

৮) নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত?

ক) নীলাচল

খ) চিত্ৰাচল

গ) কালাপাহাৰ

ঘ) জাপৰিগোপ
Correct answer: (খ)



৯) অসমৰ কোনে বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল?

ক) লীলাধৰ বৰুৱা

খ) নবীন চন্দ্ৰ বৰদলৈ

গ) তৰুণৰাম ফুকন

ঘ) কুলধৰ চলিহা
Correct answer:  (ক)

১০) শৰাইঘাট দলং কেতিয়া নিৰ্মাণ হৈছিল?

ক) ১৯৪৮ চনত

খ) ১৯৫২ চনত

গ) ১৯৬২ চনত

ঘ) ১৯৬৪ চনত
Correct answer: (গ)

Post a Comment

0 Comments