Type Here to Get Search Results !

Assam TET Exams Important GK 2021

Assam TET Exam 2021

Important top 10 questions for Assam TET 2021 exams .....


 ১) অসমৰ কোন খন জিলা সৰ্বপ্ৰথম ধপাত নিষিদ্ধ হিচাপে ঘোষণা কৰা হৈছিল ?


ক) কৰিমগঞ্জ 

খ) গোলাঘাট

গ) যোৰহাট

ঘ) লখিমপুৰ
 Correct answer: (গ)

) অসম চৰকাৰে গঠন কৰা বিশেষ মহিলা কমাণ্ডো বাহিনী টোৰ নাম কি?

ক) বীৰাংগনা

খ) নিৰ্ভয়া

গ) স্ত্ৰীবল

ঘ) নাৰীৰ
Correct answer: (ক)

৩) ধোদৰ আলি কোনে নিৰ্মাণ কৰোৱাইছিল?

ক) গদাধৰ সিংহ

খ) ৰুদ্ৰ সিংহ

গ) শিৱ সিংহ

ঘ) পুৰন্দৰ সিংহ
Correct answer: (ক)



৪) কোন চনত অসমত বনৰীয়া চাহ গছ আৱিষ্কৃত হৈছিল?

ক) ১৮২৩ চনত

খ) ১৮৩১ চনত

গ) ১৮৩৬ চনত

ঘ) ১৮৫৬ চনত
Correct answer:  (ক)

) ভাৰতৰ প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি কোন আছিল?

ক) ভি ভি গিৰি

খ) ফখৰুদ্দিন আলি আহমেদ

গ) ড° জাকিৰ হুছেইন

ঘ) গিয়ানী জাইল সিং
Correct answer: (খ)

৬) গুৱাহাটী চাহ নিলাম কেন্দ্ৰ কোন চনত স্থাপিত হৈছিল?

ক) ১৯৭০ চনত

খ) ১৯৬০ চনত

গ) ১৯৬৫ চনত

ঘ) ১৯৬২ চনত
Correct answer: (ক)

৭) অসম কেতিয়া ইংৰাজৰ অধীন হয়?

ক) ১৮২৪ চনত

খ) ১৮২২ চনত

গ) ১৮২৬ চনত

ঘ) ১৮১৭ চনত
Correct answer: (গ)



৮) নৱগ্ৰহ মন্দিৰ গুৱাহাটীৰ কোনটো পাহাৰৰ শিখৰত অৱস্থিত?

ক) নীলাচল

খ) চিত্ৰাচল

গ) কালাপাহাৰ

ঘ) জাপৰিগোপ
Correct answer: (খ)



৯) অসমৰ কোনে বিখ্যাত দাণ্ডি যাত্ৰাত ভাগ লৈছিল?

ক) লীলাধৰ বৰুৱা

খ) নবীন চন্দ্ৰ বৰদলৈ

গ) তৰুণৰাম ফুকন

ঘ) কুলধৰ চলিহা
Correct answer:  (ক)

১০) শৰাইঘাট দলং কেতিয়া নিৰ্মাণ হৈছিল?

ক) ১৯৪৮ চনত

খ) ১৯৫২ চনত

গ) ১৯৬২ চনত

ঘ) ১৯৬৪ চনত
Correct answer: (গ)

Post a Comment

0 Comments