Type Here to Get Search Results !

Assam TET Exams Important GK 2021

Assam TET Exams Important General Knowledge 2021...


1. ”অ’ মোৰ আপোনাৰ দেশ”  গীতটি কোন খন আলোচনীত প্ৰকাশ কৰিছিল ?

(a) বাঁহী

(b) জোনাকী

(c) অৰুনোদয়

(d) পূৰ্বাঞ্চাচল

উত্তৰ : (a) বাঁহী

 

2. কাৰ্বিসকলৰ প্ৰধান জাতীয় উৎসৱ কি ?

(a) আলি-আই-লিগাং

(b) ৰংখেৰ

(c) হোলী

(d) মাছাই পূজা

উত্তৰ : (b) ৰংখেৰ

 

3.তলৰ কোনগৰাকী অসমীয়াক ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক সন্মান আগবঢ়োৱা হৈছে?

a) হিমা দাস

b) আদিল হুছেইন

c) কৌশিক বৰুৱা

উত্তৰ : B. আদিল হুছেইন

 

4. 13 সংখ্যক BRICS সন্মিলন তলৰ কোনখন দেশে আয়োজন কৰিব?

a) ভাৰতবৰ্ষ

b) চীন

c) ৰাছিয়া

উত্তৰ : a) ভাৰতবৰ্ষ

 

5. 2021 চনৰ ৰাগবী বিশ্বকাপ তলৰ কোনখন দেশত অনুষ্ঠিত হব?

a) নিউজিলেণ্ড

b) ইটালী

c) কানাডা

উত্তৰ : a) নিউজিলেণ্ড

 

6. বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ একমাত্ৰ কবিতা পুথিখনৰ নাম কি?

a) বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি

b) কলং আজিও বয়

c) সান্ধ্যস্বৰ

d) সাতসৰী

উত্তৰ : c) সান্ধ্যস্বৰ



 

7.’লুইতৰ পাৰৰ অগ্নিসুৰ’ – কাৰ ৰচনা?

a) হেম বৰুৱা

b) জ্যোতিপ্ৰসাদ আগৰৱালা

c) কেশৱ মহন্ত

d) চন্দ্ৰকুমাৰ আগৰৱালা

উত্তৰ : b) জ্যোতিপ্ৰসাদ আগৰৱালা

 

8. তলৰ কোনটো বিশ্ব ঐতিহ্য ক্ষেত্ৰ নহয় –

(a) কাজিৰঙা

(b) ভিক্টোৰিয়া মেমোৰিয়েল হল

(c) ভীমবেটকা

(d) তাজমহল

উত্তৰ : (b) ভিক্টোৰিয়া মেমোৰিয়েল হল

 

9. ভাৰত চৰকাৰে উদাৰীকৰণ, বিশ্বায়ন আৰু ব্যক্তিগতকৰণ নীতি গ্ৰহণ কৰে –

(a) ১৯৮৬ চনত

(b) ১৯৮৮ চনত

(c) ১৯৯১ চনত

(d) ১৯৯৮ চনত

উত্তৰ : (c) ১৯৯১ চনত

 

10. “স্বৰাজ আমাৰ জন্মস্বত্ব অধিকাৰ” এই উক্তিটো কাৰ-

(a) মংগল পাণ্ডে

(b) ভগৎসিং

(c) বাল গংগাধৰ তিলক

(d) চিত্তৰঞ্জন দাস

উত্তৰ : (c) বাল গংগাধৰ তিলক

 

11.বাৰ্মুদা __ৰ সুন্দৰ উদাহৰণ?

(a) মহাসাগৰীয় দ্বীপ

(b) মহাসাগৰীয় উদগিৰণ

(c) মহাসাগৰীয় উত্থান

(d) মহাসাগৰীয় ছুনামী

উত্তৰ : (a) মহাসাগৰীয় দ্বীপ

 

12. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ কোনখন জিলাৰ সাক্ষৰতাৰ হাৰ সৰ্বাধিক?

(a) নলবাৰী

(b) যোৰহাট

(c) কামৰূপ(মেট্ৰো)

(d) গোলাঘাট

উত্তৰ : c) কামৰূপ(মেট্ৰো)



 

13. ‘মোৰ শৈশৱ,মোৰ কৈশোৰ’ কাৰ আত্মজীৱনী?

a) হেম বৰুৱা

b) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

c) ভবেন্দ্ৰনাথ শইকীয়া

d) নিৰ্মলপ্ৰভা বৰদলৈ

উত্তৰ : c) ভবেন্দ্ৰনাথ শইকীয়া

 

14. কোনজন আহোম স্বৰ্গদেউৱে শিৱসাগৰৰ পৰা ‘চৰগুৱা’লৈ ৰাজধানী স্থানান্তৰ কৰিছিল?

 a) স্বৰ্গদেউ ৰুদ্ৰসিংহ

 b) স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰ

 c) স্বৰ্গদেউ গৌৰীনাথ সিংহ

 d) স্বৰ্গদেউ চুহুংমুং

 উত্তৰ : b) স্বৰ্গদেউ চুডাংফা বা বামুণী কোঁৱৰ

 

15. আনোৱাৰা টাইমূৰ কিমান চনত অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছিল ?

a) 1979

b) 1980

c) 1981

d) 1982

উত্তৰ : b) 1980

Post a Comment

0 Comments