APDCL& DHS Important Assam GK 2022

Table of Contents [Close]

    Assam GK 2022


    Top 30 Assam GK question important for APDCL, DHS exams. If you read this 30 question then you have benefits it.

    APDCL/DHS Important Assam GK questions, Assam GK PDF, APDCL Assam GK,
    APDCL/DHS Assam GK 2022


    APDCL/DHS Important Assam GK 


    1.অসমৰ প্রথম অসমীয়া কথা ছবিখনৰ নাম কি ?

    উত্তৰ : জয়মতী(1935)


    2.অসমৰ প্রথম অসমীয়া ৰঙীন কথা ছবিখনৰ নাম কি ?

    উত্তৰ : ভাইটি(1972)


    3.অসমৰ প্রথম শিশু আলোছনী খনৰ নাম কি ?

    উত্তৰ : ঘৰ জেউতি(1927)


    4.প্রথম আধুনিক অসমীয়া নাটক খনৰ নাম কি ?

    উত্তৰ : ৰাম নবমী(1857), গুণাভিৰাম বৰুৱা


    5.অসমৰ প্রথম  আলোচনী  খনৰ নাম কি ?

    উত্তৰ : অৰুনোদই (1848 -1882)


    6.অসমত বৈষ্ণৱ ধৰ্মৰ প্রৱৰ্তক কোন ?

    উত্তৰ : শ্রীমন্ত শংকৰদেৱ


    7.অসমীয়া ভাষাত ৰচিত প্রথম খন গ্রন্থৰ নাম কি ?

    উত্তৰ : প্রহ্লাদ চৰিত (ৰচক হেমসৰস্বতী)


    8.প্রথম অসমীয়া প্রবন্ধটোৰ নাম কি আৰু কোনে লিখিছিল ?

    উত্তৰ : কথাগীতা , ভট্রদেৱ


    9.অসমীয়াত প্রকাশিত প্রথম অভিধান কোনে লিখিছিল ?

    উত্তৰ : মাইলছ ব্রনছন


    10.প্রথম অসমীয়া বুৰঞ্জীমূলক উপন্যাস খনৰ নাম কি ?

    উত্তৰ : ভানুমতী, পদ্মনাথ গোহাঁঞিবৰুৱা



    11.সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া উপন্যাস খনৰ নাম কি ?

    উত্তৰ :  ইয়াৰুইঙ্গম(1961), বীৰেন্দ্র কুমাৰ ভটাচাৰ্য


    12.সাহিত্য অকাডেমি বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?

    উত্তৰ : বনফুল(1955),যতীন্দ্র নাথ দুৱাৰা


    1. জ্ঞানপীঠ বটাঁ লাভ কৰা প্রথম অসমীয়া গ্রন্থ খনৰ নাম কি ?

    উত্তৰ :  মৃত্যুঞ্জয়(1979) বীৰেন্দ্র কুমাৰ ভটাচাৰ্য


    14.প্রথম অসীয়া শিশু উপন্যাস খনৰ নাম কি ?

    উত্তৰ : পাতাল পুৰী


    15.অসমৰ প্রথম ICS আৰু বেৰিষ্টাৰ কোন ?

    উত্তৰ : আনন্দৰাম বৰুৱা


    16.প্রথম অসমীয়া ভাৰতৰ ৰাষ্টপতি জনৰ নাম কি ?

    উত্তৰ : ফকৰুদ্দিন আলি আহমেদ


    17.প্রথম অসমীয়া ৰাজ্যপাল জনৰ নাম কি ?

    উত্তৰ :  বিষ্ণুৰাম মেধি


    18.প্রথম অসমীয়া নিৰ্বাচনী আয়ুক্ত জনৰ নাম কি ?

    উত্তৰ :  হৰিশংকৰ ব্রহ্ম


    1. প্রথম অসম সাহিত্য সভাৰ সভাপতি জনৰ নাম কি ?

    উত্তৰ : পদ্মনাথ গোহাঁঞিবৰুৱা


    20.অৰ্জুন বটাঁ বিজয়ী প্রথম অসমীয়া জন কোন ?

    উত্তৰ :  ভোগেশ্বেৰ বৰুৱা



    1. প্রথম অসমৰ মহিলা মুখ্যমন্ত্রী গৰাকীৰ নাম কি ?

    উত্তৰ : চৈয়দা আনোৱাৰা টাইমোৰ


    22.প্রথম অসমৰ PhD লাভ কৰা ব্যক্তি জনৰ নাম কি ?

    উত্তৰ : মইদুল ইছলাম বৰা


    1. প্রথম অসমৰ মহিলা স্নাতক গৰাকীৰ নাম কি ?

    উত্তৰ : সুধালতা দুৱৰা


    1. প্রথম অসমীয়া কাব্য খনৰ নাম কি ?

    উত্তৰ : অভিমণ্যবধ1857, ৰমাকান্ত চৌধুৰী


    1. অসমৰ প্রথম বাতৰি কাকত খনৰ জনৰ নাম কি ?

    উত্তৰ : নাথান ব্রাউন


    26.ৰামায়ণ প্রথমে অসমীয়ালৈ কোনে অনুবাদ কৰিছিল ?

    উত্তৰ : মাধব কন্দলি


    27.সংস্কৃতৰ পৰা পৰা অনুবাদ কৰা প্রথম অসমীয়া নাটক খনৰ নাম কি ?

    উত্তৰ : শকুন্তলা,অনুবাদ কৰিছিল লম্বোদৰ বৰা


    28.জোনাকি কাকতৰ প্রথম সম্পাদক জনৰ নাম কি ?

    উত্তৰ :  চন্দ্রকুমাৰ আগৰৱালা


    1. প্রথম অসমীয়া মন্ছ নাট খনৰ নাম কি ?

    উত্তৰ :  চিহ্ন যাত্রা1468, শংকৰদেব


    1. স্বৰ্ণকমল লাভ কৰা প্রথম অসমীয়া চলচিত্র খনৰ নাম কি ?

    উত্তৰ : হালধীয়া চৰাইয়ে বাওধান খায়(1987), জাহ্নুবৰুৱা

    Important Links

    Assam GK PDF Download

    Click Here

    Visit Official Website

    Click Here

     


    Leave a Comment